Перейти к содержимому

Odhikar | an assamese song from our upcoming short film TEZ | Rikita Devi & Rishu Chetry.

Inspirit Production

0:00 / 0:00

Odhikar | an assamese song from our upcoming short film TEZ | Rikita Devi & Rishu Chetry.

5 754 просмотра · 2 месяца назад
Inspirit Production
207 подписчиков
5 754 просмотра · 2 месяца назад
Credits Directed by Amit Sutradhar Lyrics Amit Sutradhar Edited by Amit sutradhar Casting Director Monuj pandey Camaraman Chitra Ranjan Borah Makeup Nirnush Tirkey Casting Female Rikita Devi Male Rishu chetry Produced by Amit Sutradhar Monuj Pandey Suman Kasari Chitra Ranjan Bora Lyrics ওওওও ওওওও ওওওওওওও ওওওও ....................................... তোমাৰেই অধিকাৰ আজি মই হেৰালোঁ নোৱাৰিলোঁ কৰিব তোমাক মোৰ নিজৰ তোমাক ক'বলৈ মন মোৰ তোমাক বিচাৰে তোমাত হেৰাই তোমাক মই নেপালোঁ বাট মোৰ তুমিয়েই জোনাক আন্ধাৰত তুমিয়েই কথা তোমাৰ গুণ গুণ তুমি ৰুণ তুমি সোণ আন্ধাৰৰ তুমি জোন তুমি নহ'লা মোৰ হা আআআআ হাআআ নাআআ নাআআআআ. ওওওওও ওওওওওও ওওওওওওওওওও .......................................... তোমাতেই আৰম্ভ তোমাতেই সকলো শেষ মোৰ তুমি ৰুণ তুমি জোন তুমি সোণ তুমি মোৰ সপোন প্ৰাৰ্থনা মোৰ তুমিয়েই এখন জগত য'ত লুনি (নৈ) মই তুমি সাগৰ তাত ওওওওও ওওওওওও ওওওওও ওওওওওও ওওওওও ওওওওও ...................................... আহিম বতাহ হৈ তোমাক চুবলৈ বৰষুণে থাকিম মইও তোমাক চুবলৈ হাঁহিবা চাই আকাশে তৰা হৈ জিলিকিম তোমাৰ হাঁহিৰে ছাতি নল'বা মই থাকিম তোমাৰ কাষতে ৰ'দে ৰ'দে আহিম বতাহ হৈ তোমাক চুবলৈ আহিম বতাহ হৈ তোমাক চুবলৈ ওওওওওও ওওওওওও ওওওওওওওও আআআআআআআ