মৎস্য অৱতাৰ। Matsya Avatar ।। জুবিন দাৰ সোঁৱৰণত মধ্পুৰ যুৱক আৰু আমন্ত্ৰিত ভাওৰীয়া দ্বাৰা ভাওনা ।।
SUMON DUTTA OFFICIAL 2x
0:00 / 0:00
মৎস্য অৱতাৰ। Matsya Avatar ।। জুবিন দাৰ সোঁৱৰণত মধ্পুৰ যুৱক আৰু আমন্ত্ৰিত ভাওৰীয়া দ্বাৰা ভাওনা ।।
2 638 просмотров · 5 дней назад
SUMON DUTTA OFFICIAL 2x
2,71 тыс. подписчиков
2 638 просмотров · 5 дней назад
মাধপুৰ যুৱ সমাজৰ উদ্যোগত
আৰু সমূহ মাধপুৰ তথা দাংধৰা বাসী ৰাইজৰ সহযোগত
ঈশ্বৰ পুত্ৰ *জুবিন গাৰ্গ দেৱ*ৰ সোঁৱৰণীত অনুষ্ঠিত হোৱা
প্ৰথম বাৰ্ষিক ভাওনা
নাটঃ "মৎস্য অৱতাৰ, চাৰি বেদ উদ্ধাৰ" ৰ কিছু দিশ্যাংশ 🙏
ভক্তি, সংস্কৃতি আৰু ঐক্যৰ এক সুন্দৰ মিলন।
জুবিন দাৰ আদৰ্শক স্মৰণ কৰি আমি আগুৱাই যাওঁ।
স্থানঃ দাংধৰা সাৰ্বজনীন নামঘৰ
তাৰিখঃ ১৭ অক্টোবৰ ২০২৬
#JubinGarg #MadhabpurYuvaSamaj #Bhaona #MatsyaAvatar #AssameseCulture #Dangdhara #Jorhat #ZubeenDaমৎস্য অৱতাৰ। Matsya Avatar ।। মধ্পুৰ যুৱক আৰু আমন্ত্ৰিত ভাওৰীয়া।। সুমন দত্ত অফিচিয়েল ২x !!
মৎস্য অৱতাৰ। Matsya Avatar ।। মধ্পুৰ যুৱক আৰু আমন্ত্ৰিত ভাওৰীয়া।। সুমন দত্ত অফিচিয়েল ২x !! #Matsya Avatar #ভাওনা #viralvideo #trending #sumonduttaofficial2x