Перейти к содержимому

মইতো পাবত গজাৰ দৰে,,,,Ritu Kalita/EP-4/2026

ALAAP WITH PAPORI

0:00 / 0:00

মইতো পাবত গজাৰ দৰে,,,,Ritu Kalita/EP-4/2026

6 725 просмотров · 7 месяцев назад
ALAAP WITH PAPORI
591 подписчик
6 725 просмотров · 7 месяцев назад
নমস্কাৰ বন্ধু-বান্ধৱীসকল , আমাৰ এই পডকাষ্ট চেনেলটোলৈ আপোনালোকক স্বাগতম আৰু নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ এই যাত্ৰাৰ মূল লক্ষ্য হ’ল— ভিডিঅ’ৰ জৰিয়তে মানুহৰ মাজত এক যোগসূত্ৰ স্থাপন কৰা আৰু সমাজৰ প্ৰতি দায়বদ্ধ হৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰা। আমাৰ এই সৰু প্ৰয়াসত আপোনালোকৰ সহায়-সহযোগিতা আমাৰ বাবে অতি প্ৰয়োজনীয়। আমাৰ সৈতে জড়িত হৈ থাকক: ✅ নতুন নতুন ভিডিঅ’ৰ বাবে চেনেলটো Subscribe কৰক। 👍 যদি আমাৰ চিন্তা ভাল পাইছে, তেন্তে ভিডিঅ’টো Like কৰক। 📢 অধিক মানুহৰ ওচৰলৈ এই বাৰ্তা লৈ যাবলৈ Follow আৰু Share কৰক। INSTAGRAM-https://www.instagram....​ FACEBOOK-   / 1fldyyvetk  ​ CREDITS- CONCEPT AND HOST- PAPORI BHUYAN AUDIO MIX, EDITING AND GFX -JACKSON LEO CAMERA-JITU PRODUCTION AND MANAGEMENT- PRC THANK YOU SO MUCH FOR VISITING OUR CHANNAL