মনৰ কথা... (Monor Kotha...) ❤️| Assamese Modern Song | Assamese Love Song |
NK IMotion
0:00 / 0:00
মনৰ কথা... (Monor Kotha...) ❤️| Assamese Modern Song | Assamese Love Song |
20 просмотров · 2 месяца назад
NK IMotion
16 подписчиков
20 просмотров · 2 месяца назад
মনৰ কথা... (Monor Kotha...) ❤️| Assamese Modern Song | Assamese Love Song | BihuVibes | BihuSong
📌 All content in this video is created and owned by this channel.
© 2026 Asom NE/NKImotion All rights reserved.
Do not re-upload, reproduce or distribute without permission.
🎸🎷 Lyrics/Composition: Nikunja Nath
Tune : krishnananda Nath
🎤Singer: Digitally processed
Medium: Digital
🎼গীতৰ কথাঃ
গীতৰ কথাখিনিঃ
মনৰ কথা খুলি ক'লোঁ
ব'হাগতে অ' চেনাই
বুকুৰ মৰম চেনেহ দিলোঁ
হিয়া উপচাই৷
মন মোৰ কঁপে চোন
বুকুত দিলা কিনো গম!
দেহা মোৰ ৰমেৰমাই যায়
দেহা মোৰ ৰমেৰমাই যায়
ইচাটি-বিচাটি দেহা মোৰ
কলিজা পুৰি যায় ঐ
যৌৱন উতনুৱা দেহা মোৰ
ফাগুনৰ উতলা বা৷
সহিব যে নোৱাৰি সোণ
বুকুৰে মৰমবোৰ
জীয়া জুইয়ে দহি নিয়ে
নিতে মোৰ মন৷
দেহা মোৰ ৰমেৰমাই যায়
দেহা মোৰ ৰমেৰমাই যায়
মনৰ কথা খুলি ক'লোঁ
ব'হাগতে অ' চেনাই
বুকুৰ মৰম চেনেহ দিলোঁ
হিয়া উপচাই
আঁহতৰ তলতে
বিহু গোৱাৰ চলেৰে
কৈছিলোঁ কথাবোৰ
হিয়া ঢালি গানেৰে৷
বুজি পাওঁ মই চেনাই
বুকুৰে কথাবোৰ
আমাৰ মাজৰ এই মৰম
যুগমীয়া হৈ ৰ'ব৷
মনৰ কথা খুলি ক'লোঁ
ব'হাগতে অ' চেনাই
বুকুৰ মৰম চেনেহ দিলোঁ
হিয়া উপচাই
যদি এই গীতটো আপোনাৰ ভাল লাগে—
❤️ Like কৰক | 💬 Comment কৰক | 🔁 Share কৰক | 🔔 Subscribe কৰক
আৰু এনে ধৰণৰ অধিক অসমীয়া সংগীতৰ বাবে আমাৰ সৈতে থাকক।
#AssameseSong #ModernAssameseMusic #AssameseLyrics #RegionalMusic #TrendingNow #ViralSong #BihuSong #BihuVibes