বান সাহায্য অভিযান (দিন ৩) | Assam Flood Relief Campaign
Rhythm of Axomiya
0:00 / 0:00
বান সাহায্য অভিযান (দিন ৩) | Assam Flood Relief Campaign
1 054 просмотра · 1 месяц назад
Rhythm of Axomiya
753 подписчика
1 054 просмотра · 1 месяц назад
আমাৰ বান সাহায্য অভিযানৰ আজ তৃতীয় দিন। আজি আমি আন এক বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ লোকসকলৰ মাজত খাদ্যগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰোঁ।
মানুহখিনিৰ দুৰ্দশা দেখি আমাৰ দলটোৱে যিমানদূৰ সম্ভৱ সকলো প্ৰকাৰে সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ লগত সদায় থাকক।
ভিডিঅ'টো ভাল লাগিলে Like কৰিব আৰু চেনেলটো Subscribe কৰি আমাৰ এই মানৱীয় প্ৰচেষ্টাত সংগ দিব। ধন্যবাদ!🙏