টিকট কাউণ্টাৰৰ যুৱকৰ পৰা ২৬খন গাড়ীৰ মালিক হোৱালৈ,মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Pratidin Time
0:00 / 0:00
টিকট কাউণ্টাৰৰ যুৱকৰ পৰা ২৬খন গাড়ীৰ মালিক হোৱালৈ,মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
97 087 просмотров · 2 месяца назад
Pratidin Time
2,66 млн подписчиков
97 087 просмотров · 2 месяца назад
এজন অসমীয়া যুৱক
এটা সময়ত টিকট কাউণ্টাৰত বহিছিল তেওঁ
আজি ২৬খন দিবা-নৈশ Luxury বাছৰ মালিক তেওঁ
অচিৰেই ৩০ খন দিবা-নৈশ Luxury মালিক হ’ব তেওঁ
টিকট কাউণ্টাৰৰ যুৱকৰ পৰা ২৬খন গাড়ীৰ মালিক হোৱালৈ...
সাধু সাধু লগা এক জীৱন্ত সঁচা কাহিনী আজি আপোনালোকৰ বাবে
আজি এক ব্যতিক্রমী EXCLUSIVE ‘অভিমত’
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #AssamNews #assam #Abhimat