Перейти к содержимому

কাশ্যপ নন্দন গৰুড় কেনেকৈ ভগৱান বিষ্ণুৰ বাহন হয় # গৰুড়ৰ অমৃত কলহ লাভ # গৰুড়ৰ মাতৃ ভক্তি

Nirumoni

0:00 / 0:00

কাশ্যপ নন্দন গৰুড় কেনেকৈ ভগৱান বিষ্ণুৰ বাহন হয় # গৰুড়ৰ অমৃত কলহ লাভ # গৰুড়ৰ মাতৃ ভক্তি

162 просмотра · 3 дн. назад
Nirumoni
118 подписчиков
162 просмотра · 3 дн. назад
কলিৰ প্ৰধান বৈশিষ্ট্য হ'ল ---  ধৰ্মত অনাস্থা আৰু ঈশ্বৰত অবিশ্বাস  । কিন্তু নতুন প্ৰজন্মক আমি  চকুৰ আগতেই  এইদৰে নাস্তিক হ'বলৈ এৰি দিব নোৱাৰোঁ । আমি কৰ্ম বাদ মানো ।কৰ্ম আৰু কৰ্মফল সূৰ্য্য অৰু সূৰ্য্যৰ কিৰণ বা তাপৰ দৰে ।মানুহে যি  কৰ্ম কৰে তাকেই  ফল পায় ।সেয়ে নৱপ্ৰজন্মক আধ্যাত্মিক জগতখনলৈ লৈ যোৱাৰ   এইয়া প্ৰয়াস  মাত্ৰ ।  কাহিনীবোৰ সকলোৰে সুবিধাৰ বাবে অতি সৰল ভাষাৰে চুটিকৈ  বৰ্ণনা কৰা হৈছে। যাতে আজিৰ ব্যস্ত সমাজে ব্যস্ততাৰ মাজতো কম সময়তে শুনিবলৈ , বুজিবলৈ ,  কাকো আমনি নকৰাকৈ  ভগৱানৰ অস্তিত্ব, ভগৱানৰ মহিমা, ভগৱানৰ লীলাৰ বিষয়ে জানিব পাৰে । হৃদয়ত ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰি সৎ পথেৰে জীৱনৰ বাট বোলে ।