Перейти к содержимому

হত্যাকাৰী ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈক সোধা-পোছা অব্যাহত পল্টন বজাৰ আৰক্ষী থানাত

Pratidin Time

0:00 / 0:00

হত্যাকাৰী ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈক সোধা-পোছা অব্যাহত পল্টন বজাৰ আৰক্ষী থানাত

1 778 просмотров · 9 ч назад
Pratidin Time
2,67 млн подписчиков
1 778 просмотров · 9 ч назад
হত্যাকাৰী ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈক সোধা-পোছা অব্যাহত পল্টন বজাৰ আৰক্ষী থানাত। জেৰাত আত্মৰক্ষাৰ বাবেহে ঘনকান্ত গগৈয়ে গুলীচালনা কৰা বুলি মন্তব্য জোনমণিৰ। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে জোনমণিৰ ম’বাইল ফোনটো। হোটেল বিলাস ইনত গুলীচালনা কৰি জোনমণিৰ সৈতে ম’বাইলত কথা পাতিছিল ঘনকান্তই। ম’বাইল ফোনৰ কল ৰেকৰ্ডিং সংগ্রহ কৰিবলৈ জব্দ কৰে ম’বাইল ফোনটো। পল্টনবজাৰ থানাৰ পৰা আমাৰ এক প্ৰতিবেদন। #PratidinTime #AssamNews #assam #GuwahatiIncident