NRCৰ প্ৰিমিয়াৰত উপস্থিত হৈ মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ
NKTV PLUS
0:00 / 0:00
NRCৰ প্ৰিমিয়াৰত উপস্থিত হৈ মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ
3 669 просмотров · 15 часов назад
NKTV PLUS
829 тыс. подписчиков
3 669 просмотров · 15 часов назад
'নতুন প্ৰজন্মই যেতিয়া ভাল কাম এটা লৈ আগবাঢ়ি আহে তেতিয়া মোকতকৈও বেছি উৎসাহী হয় জুবিন। তেওঁৰ আদৰ্শ, তেওঁৰ পদাংকন অনুসৰণ কৰি NRCৰ প্ৰতিজন সদস্যলৈ শুভেচ্ছা জনাইছোঁ। ভাল ছবি এখন আমি পাইছোঁ। খুব ভাল হৈছে চিনেমাখন। সেয়ে হেঁপাহেৰে চাবলৈ আহিছোঁ...।' NRCৰ প্ৰিমিয়াৰত উপস্থিত হৈ মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ।