শিয়াল আৰু বগলী | Fox and Crane Assamese Moral Story | অসমীয়া সাধু কথা | নৈতিক কাহিনী
Rupahi Axom
0:00 / 0:00
শিয়াল আৰু বগলী | Fox and Crane Assamese Moral Story | অসমীয়া সাধু কথা | নৈতিক কাহিনী
105 496 просмотров · 9 дней назад
Rupahi Axom
36,1 тыс. подписчиков
105 496 просмотров · 9 дней назад
শিয়াল আৰু বগলী | Fox and Crane Assamese Moral Story | অসমীয়া সাধু কথা | নৈতিক কাহিনী
_______________________
লেখক: লক্ষ্মীনাথ বেজবৰুৱা
••••••••••••••••••••••••
এখন গাঁৱত চুবুৰীয়া হিচাপে বাস কৰিছিল এটা টেঙৰ শিয়াল আৰু এটা বুদ্ধিমান বগলী। নিজৰ টেঙৰালি দেখুৱাবলৈ শিয়ালে বগলীক নিমন্ত্ৰণ কৰি থালত জুলীয়া আহাৰ দিলে, যাতে বগলীয়ে খাব নোৱাৰে। কিন্তু শিয়ালৰ সেই টেঙৰালিৰ উত্তৰ বগলীয়ে কেনেকৈ দিলে? 🦊🪿
এই সুন্দৰ অসমীয়া নৈতিক সাধুটোৰ জৰিয়তে আমি শিকিব পাৰোঁ—আনৰ লগত যি ব্যৱহাৰ কৰোঁ, এদিন সেই একে ব্যৱহাৰ আমাৰ ওচৰলৈও উভতি আহিব পাৰে।
ভিডিঅ'টো ভাল লাগিলে 👍 Like, 💬 Comment আৰু 🔔 Channel Subscribe কৰিবলৈ নাপাহৰিব।
#শিয়ালআৰুবগলী #অসমীয়াসাধুকথা #AssameseMoralStory #AssameseStory #নীতিকথা #FoxAndCrane #অসমীয়াগল্প #শিশুৰসাধু #MoralStory #AssameseKidsStory