Перейти к содержимому

Jyoti Sangeet - Gose Gose Paati Dile

Indukalpa Saikia

0:00 / 0:00

Jyoti Sangeet - Gose Gose Paati Dile

1 229 545 просмотров · 11 лет назад
Indukalpa Saikia
10,7 тыс. подписчиков
1 229 545 просмотров · 11 лет назад
গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই…. ফুলৰে শৰাই…. গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই…. ফুলৰে শৰাই…. কলীয়া ভোমোৰা গুঞ্জৰী আহে, কলীয়া ভোমোৰা গুঞ্জৰী আহে, গুন্ধকে ধিয়ায় ৰাম ৰাম গুন্ধকে ধিয়ায়, গুন্ধকে ধিয়ায় গুন্ধকে ধিয়ায়, কোনে গুলাপী সখীক চেনেহ আহি দিলে ৰূপতে ৰঙে চৰায়, কোনে গুলাপী সখীক চেনেহ আহি দিলে ৰূপতে ৰঙে চৰায়, উৰণীৰ তলতে পৰিমলৰেণু উৰুৱাই পৱনে দিলে বিলায়, উৰণীৰ তলতে পৰিমলৰেণু উৰুৱাই পৱনে দিলে বিলায়, গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই…. ফুলৰে শৰাই…. ফুলৰে শৰাই….