ফৰ্ম-৭ৰ জৰিয়তে হাজাৰ-হাজাৰ মুছলমান ভোটাৰৰ নাম কৰ্তন বিজেপিৰ!
The CrossCurrent
0:00 / 0:00
ফৰ্ম-৭ৰ জৰিয়তে হাজাৰ-হাজাৰ মুছলমান ভোটাৰৰ নাম কৰ্তন বিজেপিৰ!
1 089 просмотров · 11 часов назад
The CrossCurrent
361 тыс. подписчиков
1 089 просмотров · 11 часов назад
SIRৰ ফৰ্ম-৭ৰ লক্ষ্য হৈছে মুছলমান ভোটাৰ! ফৰ্ম-৭ৰ জৰিয়তে হাজাৰ-হাজাৰ মুছলমান ভোটাৰৰ নাম কৰ্তন বিজেপিৰ! পূৰ্বে ছপা ফৰ্ম-৭ লৈ BLOক নাম কৰ্তনৰ হেঁচা দুষ্কৃতিকাৰীৰ। ভোটাৰ তালিকাৰ পৰা একপক্ষীয়ভাৱে হাজাৰ-হাজাৰ মুছলমান ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ কিয়? নিৰ্বাচন আয়োগে SIRৰ জৰিয়তে গণতন্ত্ৰত মাৰিছে নেকি শেষৰটো গজাল?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews