Перейти к содержимому

বঙাইগাঁও কানাড়া বেংকৰ বাহিৰত লোন স্কেমৰ ভুক্তভোগী সকলে আজি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে।

Bongaigaon Times

0:00 / 0:00

বঙাইগাঁও কানাড়া বেংকৰ বাহিৰত লোন স্কেমৰ ভুক্তভোগী সকলে আজি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে।

3 533 просмотра · 1 год назад
Bongaigaon Times
30,6 тыс. подписчиков
3 533 просмотра · 1 год назад
#BONGAIGAON | আজি বঙাইগাঁও স্থিত কানাড়া বেংকৰ বঙাইগাঁও শাখাৰ বাহিৰত লোন স্কেমৰ ভুক্তভোগী সকলে আজি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। লগত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মমী ৰায়চৌধুৰী। লোন লাভ নকৰাকৈয়ে লোন পৰিশোধৰ জাননী লাভ কৰা বহু লোকে আজি কানাড়া বেংকৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। #bongaigaontimes #bongaigaon_assam #news #CanaraBank #scam Momi RaiChoudhury