Assam Police SI, Constable & ADRE Grade Exam Preparation Important Questions (Part 1)Maths,Reaso, GK
Assam Maths master
0:00 / 0:00
Assam Police SI, Constable & ADRE Grade Exam Preparation Important Questions (Part 1)Maths,Reaso, GK
18 просмотров · 11 часов назад
Assam Maths master
105 подписчиков
18 просмотров · 11 часов назад
Assam Police SI, Constable (UB/AB), ADRE Grade 3 & Grade 4 আৰু অসম চৰকাৰৰ অন্যান্য সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ৫০টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ এইটো হৈছে প্ৰথম খণ্ড (Part 1)। এই ভিডিঅ’টোত Maths (গণিত), Reasoning (তৰ্কশাস্ত্ৰ) আৰু GK (সাধাৰণ জ্ঞান) ৰ বাচনি কৰা প্ৰশ্নসমূহ অতি উজু পদ্ধতিৰে বুজাই দিয়া হৈছে।
📌 ভিডিঅ’টোত কি কি আছে:Assam Police SI & Constable UB/AB Previous Year TopicsADRE 2.0 / 3.0 Exam Special QuestionsMost Important GK for Assam Competitive ExamsShort Tricks for Maths & Reasoning
🔔 Part 2 কাইলৈ ঠিক একে সময়তে আপলোড কৰা হ’ব! গতিকে চেনেলটো এতিয়াই Subscribe কৰি Notification Bell টো অন কৰি ৰাখক যাতে কাইলৈৰ খণ্ডটো মিছ হৈ নাযায়।ভিডিঅ’টো ভাল লাগিলে লাইক কৰিব, মনৰ ভাব কমেন্ট কৰি জনাব আৰু চাকৰিৰ প্ৰস্তুতি চলাই থকা বন্ধুবৰ্গৰ সৈতে Share কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
#AssamPolice #ADRE #AssamPoliceSI #AssamGovtJobs #MathsTricks #ReasoningInAssamese #AssamGK #AssamPoliceConstable #CompetitiveExamsAssam