Перейти к содержимому

APSC ৰ উত্তীৰ্ণ প্ৰাৰ্থী নিমাশ্ৰী ডাউকা || Interview ॥ ডেউকা ॥ জ্ঞানচ'ৰা

Gyansora

0:00 / 0:00

APSC ৰ উত্তীৰ্ণ প্ৰাৰ্থী নিমাশ্ৰী ডাউকা || Interview ॥ ডেউকা ॥ জ্ঞানচ'ৰা

125 686 просмотров · 5 лет назад
Gyansora
6,19 тыс. подписчиков
125 686 просмотров · 5 лет назад
অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা "সংযুক্ত প্ৰতিযোগীতামূলক পৰীক্ষা ২০১৮" ৰ অসম অসামৰিক সেৱাৰ উত্তীৰ্ণ প্ৰাৰ্থী নিমাশ্ৰী ডাউকাৰ সৈতে সাক্ষাৎকাৰ। এ পি এচ চিৰ পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাইছিল নিমাশ্ৰী ডাউকাই? এনেধৰণৰ প্ৰতিযোগীতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আগ্ৰহীসকলক উদ্দেশ্যি কি ক’লে ?