Перейти к содержимому

সান্নিধ্য ভূঞা বনাম বিহু সন্মিলনৰ আয়োজক, কোন সঁচা, কোন মিছা?

NKTV PLUS

0:00 / 0:00

সান্নিধ্য ভূঞা বনাম বিহু সন্মিলনৰ আয়োজক, কোন সঁচা, কোন মিছা?

182 398 просмотров · 2 г. назад
NKTV PLUS
831 тыс. подписчиков
182 398 просмотров · 2 г. назад
▶️সান্নিধ্য ভূঞাক নিশা ১০ বজাত মতা হৈছিল, ১২ বজালৈকে মঞ্চত উঠা নাই। লগত অনা ছাউণ্ড চিষ্টেমৰ বিজুতি ঘটিল, আমাৰ পৰাহে বিচাৰিলে। অতিষ্ঠ হৈ দৰ্শকে কটু মন্তব্য কৰিছিল বুলি মন্তব্য আয়োজকৰ। আঙুলি টোৱাই মাৰিবলৈ আহিছিল বেজ পৰিধান কৰা লোকে, মঞ্চতে মোক অপমানিত কৰা হৈছিল। ৩ ঘণ্টা গান গালোঁ, সকলোৱে অনুষ্ঠান উপভোগ কৰিছে বুলি প্ৰত্যুত্তৰ সান্নিধ্য ভূঞাৰ। কোন সঁচা, কোন মিছা?