Перейти к содержимому

তথ্য-প্ৰযুক্তিৰ অভাৱনীয় উত্থানে অপৰিহার্য ডাকঘৰক এতিয়া যেন একপ্ৰকাৰ অপ্ৰাসংগিক কৰি তুলিছে

Pratidin Time

0:00 / 0:00

তথ্য-প্ৰযুক্তিৰ অভাৱনীয় উত্থানে অপৰিহার্য ডাকঘৰক এতিয়া যেন একপ্ৰকাৰ অপ্ৰাসংগিক কৰি তুলিছে

1 917 просмотров · 1 дн. назад
Pratidin Time
2,67 млн подписчиков
1 917 просмотров · 1 дн. назад
এটা সময়ত এটা ডাকঘৰ নোহোৱাকৈ কোনো এখন নগৰ বা চহৰ তথা কোনো মফচলীয় এলেকাৰ কথা ভাবিবই পৰা নগৈছিল। কিন্তু তথ্য-প্ৰযুক্তিৰ অভাৱনীয় উত্থানে সেই অপৰিহার্য ডাকঘৰক এতিয়া যেন একপ্ৰকাৰ অপ্ৰাসংগিক কৰি তুলিছে। তথাপি চৰকাৰীভাৱে আজিও গুৰুত্ব কমা নাই ডাকঘৰৰ। ডাক বিভাগে কেতবোৰ কার্যসূচীৰে আজিও সাধাৰণ মানুহৰ কাষ চাপি আহিছে। #PratidinTime #bongaigaon #assam