নিজৰ মইমতালিয়ে নিৰ্বাচন আয়োগ পৰিচালনা কৰিছে নেকি জ্ঞানেশ কুমাৰে?
The CrossCurrent
0:00 / 0:00
নিজৰ মইমতালিয়ে নিৰ্বাচন আয়োগ পৰিচালনা কৰিছে নেকি জ্ঞানেশ কুমাৰে?
1 933 просмотра · 14 часов назад
The CrossCurrent
360 тыс. подписчиков
1 933 просмотра · 14 часов назад
নিজৰ মইমতালিয়ে নিৰ্বাচন আয়োগ পৰিচালনা কৰিছে নেকি জ্ঞানেশ কুমাৰে? জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰৰ দাবী অৰবিন্দ কেজৰিৱাল-মমতা বেনাৰ্জীৰ। দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিমবংগ আৰু মধ্যপ্ৰদেশত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী অৰবিন্দ কেজৰিৱালৰ। জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰৰ সাহস হ’বনে শাসনাধিস্থ মোডী চৰকাৰৰ?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews