PM Modi Praises Captain Smit’s Bravery II কেপ্টেইন স্মিতৰ সাহসিকতাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
DD News Assamese
0:00 / 0:00
PM Modi Praises Captain Smit’s Bravery II কেপ্টেইন স্মিতৰ সাহসিকতাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
351 просмотр · 2 дня назад
DD News Assamese
539 тыс. подписчиков
351 просмотр · 2 дня назад
📌কেপ্টেইন স্মিত মাচ্ছাৰৰ সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
📌ভাৰতীয় কেপ্টেইনগৰাকীক লৈ দেশবাসী গৌৰৱান্বিত বুলি প্ৰকাশ প্ৰধানমন্ত্ৰীৰ।
📌কঠিন মুহূৰ্ততো মাচ্ছাৰে ধৈৰ্য আৰু সাহসৰে প্ৰত্যাহ্বানৰ মোকাবিলা কৰে স্মিতে।
📌বীৰত্বৰ পৰিচয় দি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰে কেপ্টেইনগৰাকীয়ে।
📌Captain Smit Machchharৰ পিতৃৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ।
📌Captain Smitৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে সকলোকে প্ৰাৰ্থনা কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ।
#Narendramodi #SmitMachchhar #CaptainSmitMachchhar #bravery #Hero #indianpilot #ddnewsassamese #ddnewsassam