Перейти к содержимому

কুমৰ হৰণ হৰি-হৰৰ যুদ্ধ | সদৌ অসম ভাওনা প্ৰতিযোগিতা, জয়সাগৰ | Vauna

PMB Mix

0:00 / 0:00

কুমৰ হৰণ হৰি-হৰৰ যুদ্ধ | সদৌ অসম ভাওনা প্ৰতিযোগিতা, জয়সাগৰ | Vauna

28 617 просмотров · 3 года назад
PMB Mix
148 тыс. подписчиков
28 617 просмотров · 3 года назад
কুমৰ হৰণ হৰি-হৰৰ যুদ্ধ | সদৌ অসম ভাওনা প্ৰতিযোগিতা, জয়সাগৰ | Vauna বৃহত্তৰ জয়সাগৰবাসী ৰাইজ আৰু জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আয়োজিত "সদৌ অসম ভাওনা প্ৰতিযোগিতা"ত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱা "মণিকাঞ্চন ভাওনা দল, আমগুৰি"ৰদ্বাৰা পৰিবেশিত "কুমৰ হৰণ, হৰি-হৰৰ যুদ্ধ" ভাওনাভাগি আপোনালোকলৈ আগবঢ়ালোঁ। আশাকৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। প্ৰতিযোগিতাখনিৰ বাকী ভাওনাসমূহ চাবৰবাবে চেনেলটো চাবস্ক্ৰাইব কৰি লওক। প্ৰতিযোগিতাৰ স্থান- পৰাগ চলিহা ষ্টেডিয়াম, জয়সাগৰ, শিৱসাগৰ ধন্যবাদ🙏🙏🙏 আপোনালোকৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: ৬০০৩৫৮২৯৫১ Cover Topic: Vauna bhauna Vauna competition Bhauna competition vauna competition 2022 Vauna video vauna assamese Bhaona vawna bhaona assamese assamese vauna Assamese bhauna Vauna probekh Bhauna probekh assamese culture vauna 2022 অসমীয়া ভাওনা ভাওনা জয়সাগৰ ভাওনা প্ৰতিযোগিতা assamese bhawna Assamese vaona 2022 সদৌ অসম ভাওনা প্ৰতিযোগিতা joysagar vauna competition কুমৰ হৰণ হৰি-হৰৰ যুদ্ধ hori horor judho Kumor horon Kumor horon hori horor judho #vauna #bhauna #vaona Follow my FB Page :   / pmb-mix-104114782370878   Subscribe to my Telegram channel: https://t.me/pmbmix