এই দুৰ্গৰ ইতিহাস জানিলে আপুনিও আচৰিত হ’ব! 😱 | Sinhagad Fort | Assamese Vlog #travelvlog #maharashtra
Jyotismita's Vlog
0:00 / 0:00
এই দুৰ্গৰ ইতিহাস জানিলে আপুনিও আচৰিত হ’ব! 😱 | Sinhagad Fort | Assamese Vlog #travelvlog #maharashtra
201 просмотр · 1 дн. назад
Jyotismita's Vlog
1,67 тыс. подписчиков
201 просмотр · 1 дн. назад
🏰 এই দুৰ্গৰ ইতিহাস জানিলে আপুনিও আচৰিত হ’ব! 😱 | Sinhagad Fort | Assamese Vlog
মহাৰাষ্ট্ৰৰ ইতিহাস, সাহস আৰু বীৰত্বৰ এক জীৱন্ত সাক্ষী — সিংহগড় দুৰ্গ (Sinhagad Fort) ❤️🏰
এই vlog-টোত আমি আপোনালোকক লৈ গৈছোঁ ঐতিহাসিক সিংহগড় দুৰ্গলৈ। দুৰ্গটোৰ মনোমোহা পাহাৰীয়া পৰিৱেশ, প্ৰাচীন দেৱাল, দুৰ্গৰ স্থাপত্য, তোফখানা, ঘোঁৰাৰ আস্তাবল আৰু অতীতৰ বহুতো ৰোমাঞ্চকৰ কাহিনী আপোনালোকৰ সৈতে share কৰিছোঁ।
বিশেষকৈ তানাজী মালুসাৰে আৰু সিংহগড়ৰ যুদ্ধৰ ইতিহাস এই দুৰ্গটোক কিয় ইমান বিশেষ কৰি তুলিছে, সেই কথাও vlog-টোত জানিবলৈ পাব। 🦁⚔️
যদি আপুনি history, forts, travel আৰু Assamese family vlog ভাল পায়, তেন্তে vlog-টো শেষলৈকে নিশ্চয় চাব। ❤️
ভিডিঅ'টো ভাল লাগিলে Like 👍 | Comment 💬 | Share 📲 | Subscribe ❤️ কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ মৰম আৰু support-এ আমাক আৰু নতুন ঠাই explore কৰিবলৈ উৎসাহ দিয়ে। 🙏❤️
#SinhagadFort #MarathaEmpire #IndianHistory #HistoricalPlaces #TravelVlog #AssameseYouTuber #AssameseYouTube #FamilyVlog #TravelIndia #ExploreMaharashtra #IncredibleIndia