Bohona song / Assamese/ best song Assamese Bihu #song
@neuralflix01
0:00 / 0:00
Bohona song / Assamese/ best song Assamese Bihu #song
7 266 просмотров · 3 дня назад
@neuralflix01
85 подписчиков
7 266 просмотров · 3 дня назад
A heart caught between riverbanks and spring winds. A promise lingers in the air: when Bohag arrives, the season of new beginnings, this love will finally become their own.
A melody of longing, hope, and the timeless magic of Assamese spring. 🌸
BOHONA
Music Production, Composition & Vocals: Abhi Saikia
Vocals: Pinky Medhi
Music Production, Mixing and Mastering: Sens3i
Lyrics: Somiran Malay
Guitar: Akul
Flute: Anjan Medhi
Studio Partner: Symphony Records, Dibrugarh (Purav Gohain)
Album art and visualizer by Sameucliff
━━━━━━━━━━━━━━━━━━━━━━━━━━
Lyrics
নৈলৈ হালিলে ন ডালি ঐ ভলুকা
হালে পথাৰলৈ কাক মোৰে বহনা
বুকুৰ কামিহাড়ে হ'লেনো ডালি ডালি
কালৈ চিন্তা কৰি থাকনো ৰাতি ৰাতি
নৈলৈ হালিলে ন ডালি ঐ ভলুকা
হালে পথাৰলৈ কাক মোৰে বহনা
বুকুৰ কামিহাড়ে হ'লেনো ডালি ডালি
কালৈ চিন্তা কৰি থাকনো ৰাতি ৰাতি
ৰিঙ ৰিঙ ৰাঙ ৰাঙ কৰে দেহা মন
কেনেবাখন লাগে
পিলিঙা মনৰে তোৰো সোণ
একেই গতি চাগে
আবেলি গধূলি থাকোগৈ পদূলিত ৰৈ
অহা যোৱা কৰ সোনাই মোকে চাবলৈ
সুহুৰিয়াই যাৱ চেনাই বুজি পোৱাকৈ
অহা যোৱা কৰ সোনাই মোকে চাবলৈ
সুহুৰিয়াই যাৱ চেনাই বুজি পোৱাকৈ
কুলিয়ে মাতে বসন্তত
জান জুৰি নৈৰ সিপাৰত
কেলৈ মৰম দিছিলি মোৰ
কুমলীয়া অন্তৰত
নয়া নদী নয়া কুল
ফুলি আছে চম্পা ফুল
অন্তৰৰে মৰমে মোৰ
নিবিচাৰে জাতি কুল
কুলিয়ে মাতে বসন্তত
জান জুৰি নৈৰ সিপাৰত
কেলৈ মৰম দিছিলি মোৰ
কুমলীয়া অন্তৰত
নয়া নদী নয়া কুল
ফুলি আছে চম্পা ফুল
অন্তৰৰে মৰম মোৰ
নিবিচাৰে জাতি কুল
কলীয়া লতা সোনটি হেৰা
তোকে চাই আমনি
কলীয়া লতা সোনটি হেৰা
নালাগে ঐ চেনাইটি
কলীয়া লতা সোনটি হেৰা
মাততনো এনে লাগে
কলীয়া লতা সোনটি হেৰা
তোকেনো আথে বেথে
শৰীৰতে সোমোৱাই থ'ম.....
ফুলেহৈ ফুলিম
তোৰেনো ধুনীয়া ফুলনীত
লাও হৈ লাগিম ওখ চালত
মাছে হৈ চৰিমগৈ তোৰেনো পুখুৰীত
মাখি হৈ চুমা দিম গালত......
ৰিঙ ৰিঙ ৰাঙ ৰাঙ কৰে দেহা মন
কেনেবাখন লাগে
পিলিঙা মনৰে তোৰো সোণ
একেই গতি চাগে
আবেলি গধূলি থাকোগৈ পদূলিত ৰৈ
অহা যোৱা কৰ সোনাই মোকে চাবলৈ
সুহুৰিয়াই যাৱ চেনাই বুজি পোৱাকৈ
অহা যোৱা কৰ সোনাই মোকে চাবলৈ
সুহুৰিয়াই যাৱ চেনাই বুজি পোৱাকৈ
আনিছোঁ তোলৈ জুৰীয়া ঐ গামখাৰু থুৰীয়া
আনিছোঁ তোলৈ জুৰীয়া ঐ গামখাৰু থুৰীয়া
বহাগতে নিজৰ কৰি আনিমে তোক মৰমী ঐ
বহাগতে নিজৰ কৰি আনিম
আনিছোঁ তোলৈ জুৰীয়া ঐ গামখাৰু থুৰীয়া
আনিছোঁ তোলৈ জুৰীয়া ঐ গামখাৰু থুৰীয়া
বহাগতে নিজৰ কৰি আনিমে তোক মৰমী ঐ
বহাগতে নিজৰ কৰি আনিম
Social handles:
/ abhisaikiamusic
/ pinky_medhi
/ sens3i.music
/ somiran.malay_esp
/ akul_music_
━━━━━━━━━━━━━━━━━━━━━━━━━
©℗ Rainforest Records 2026
#AbhiSaikia #PinkyMedhi #Bohona