Перейти к содержимому

সাংবাদিকক অমৃত প্ৰভাৰ ভিজুৱেল লোৱাত বাধা প্ৰধান অধিবক্তাৰ

Pratidin Time

0:00 / 0:00

সাংবাদিকক অমৃত প্ৰভাৰ ভিজুৱেল লোৱাত বাধা প্ৰধান অধিবক্তাৰ

25 323 просмотра · 7 ч назад
Pratidin Time
2,67 млн подписчиков
25 323 просмотра · 7 ч назад
আজিও ফাষ্ট ট্ৰেক আদালতত উপস্থিত হোৱা সময়ত সাংবাদিকক অমৃত প্ৰভাৰ ভিজুৱেল লোৱাত বাধা প্ৰধান অধিবক্তাৰ। সাংবাদিকৰ কেমেৰাক ঠেলি দিলে অমৃত প্ৰভাৰ অধিবক্তাই। উপস্থিত সাংবাদিকসকলৰ সৈতে বাক-বিতণ্ডা অধিবক্তাগৰাকীৰ। অধিবক্তাৰ এনে আচৰণক জবাবদিহি সাংবাদিকৰ। বুধাবাৰেও সাংবাদিকসকলক দুৰ্ব্যৱহাৰ কৰিছিল অমৃতপ্ৰভাৰ অধিবক্তাই। #PratidinTime #AssamNews #assam #JusticeForZubeenGarg #amritpravamahanta