মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ মানস ৰবীনৰ
Pratidin Time
0:00 / 0:00
মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ মানস ৰবীনৰ
13 160 просмотров · 16 ч назад
Pratidin Time
2,67 млн подписчиков
13 160 просмотров · 16 ч назад
গুৱাহাটী প্ৰেছ ক্লাবত মানস ৰবীনৰ সংবাদমেল। মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ সামাজিক মাধ্যমত চলা চৰ্চাক লৈ সংবাদমেল। মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ মানস ৰবীনৰ। আদালতত বক্তব্য দিবলৈ যোৱাই নাই বুলি মন্তব্য মানস ৰবীনৰ। কেৱল SIT আৰু ন্যায়িক আয়োগতহে সাক্ষ্যদান কৰিছিল মানস ৰবীনে। মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে বুলিও সৰৱ হ’ল মানস ৰবীন। ছিংগাপুৰত জুবিন গাৰ্গৰ লগত থকাসকলক কথাবোৰ সোধাৰ আহ্বান। ২২ নৱেম্বৰত সকলোকে খানাপাৰালৈ অহাৰো অনুৰোধ। মুখামুখিকৈ সকলো কথা পাতিম বুলিও মন্তব্য মানস ৰবীনৰ।
#PratidinTime #AssamNews #assam #zubeengargcaseupdate #HimantaBiswaSarma #ManasRobin