Перейти к содержимому

-‘প্ৰথম খবৰ’ৰ GLOBAL LENSত আজি পেৰুৰ ইতিহাস

PRATHAM KHABAR 24x7

0:00 / 0:00

-‘প্ৰথম খবৰ’ৰ GLOBAL LENSত আজি পেৰুৰ ইতিহাস

20 просмотров · 16 ч назад
PRATHAM KHABAR 24x7
73,2 тыс. подписчиков
20 просмотров · 16 ч назад
-দক্ষিণ আমেৰিকাৰ পশ্চিম উপকূলত অৱস্থিত এখন দেশ -অন্যতম পুৰণি ইনকা সভ্যতাৰ বাবে বিখ্যাত দেশখন -পেৰুৰ ইতিহাস অত্যন্ত চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ -আমাজনৰ গভীৰ অৰণ্যৰ সেউজীয়াই আৱৰি ৰাখিছে -ইয়াত আছে শুকান মৰুভূমি, ওখ পৰ্বতমালা, ঘন বৰ্ষাৰণ্য -স্থাপত্য বিদ্যাৰ অপূৰ্ব নিদৰ্শন পাহাৰত নিৰ্মিত মাচু পিচু -পেৰু এখন গণতান্ত্ৰিক, সাৰ্বভৌম আৰু একাত্মক ৰাষ্ট্ৰ -পেৰুত বছৰি উদযাপিত প্ৰায় ৩,০০০তকৈও অধিক উৎসৱ -দক্ষিণ আমেৰিকাৰ পেৰু হৈছে আলুৰ জন্মভূমি -পেৰুত পোৱা যায় ৪,০০০তকৈও অধিক প্ৰজাতিৰ আলু -‘প্ৰথম খবৰ’ৰ GLOBAL LENSত আজি পেৰুৰ ইতিহাস -নন্দিতা শইকীয়াৰ বিশেষ অনুষ্ঠান 'GLOBAL LENS' Subscribe to our channel for the latest news updates: https://shorturl.at/LGGcu Follow us on Facebook: @prathamkhabar24x7 Follow us on Instagram: @prathamkhabartv Follow us on Twitter: @khabar_pratham Our Website: https://prathamkhabartv.com #prathamkhabar24x7 #prathamkhabartv #prathamkhabarnews #prathamkhabarbreaking #prathamkhabar