Перейти к содержимому

নিৰ্বাচনী প্ৰচাৰলৈ ভয় বিজেপিৰ!বিজেপিৰ নিৰ্বাচনী ৰেলীৰ বাহনত শিলগুটিৰে আক্ৰমণ বিজেপিৰ!

NorthEast Now

0:00 / 0:00

নিৰ্বাচনী প্ৰচাৰলৈ ভয় বিজেপিৰ!বিজেপিৰ নিৰ্বাচনী ৰেলীৰ বাহনত শিলগুটিৰে আক্ৰমণ বিজেপিৰ!

39 252 просмотра · 2 недели назад
NorthEast Now
468 тыс. подписчиков
39 252 просмотра · 2 недели назад
📌ধিক্কাৰ হিমন্ত বিশ্ব শৰ্মা! 📌ধিক্কাৰ অসম আৰক্ষী! 📌ধিক্কাৰ অসম আৰক্ষী সঞ্চালক প্ৰধান ! 📌আৰক্ষীৰ জিম্মাত থকা অভিযুক্তক গুলীয়াব পৰা অসম আৰক্ষীয়ে শাসকীয় দলৰ আশীৰ্বাদপুষ্ট গুণ্ডাক ৰোধ কৰিব নোৱাৰে? 📌ৰাজনৈতিক সংঘাতৰ মাজতে টাৰ্গেট হ’ল কংগ্ৰেছৰ নেতাৰ বাহন ! 📌চামগুৰিত গৌৰৱ গগৈৰ বাহনত আক্ৰমণ বিজেপি কৰ্মী-সমৰ্থকৰ ! 📌কংগ্ৰেছৰ শীৰ্ষ নেতা মনোজ চৌহান আহত ! 📌অসম আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাক লৈ বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ! 📌সেয়ে এতিয়া প্ৰশ্ন হয়,এইয়াই নেকি গণতন্ত্ৰ? 📌শাসক পক্ষই বিৰোধীৰ বাহন লণ্ড-ভণ্ড কৰাটোৱেই বিজেপিৰ শাসনত গণতন্ত্ৰ নেকি? 📌নিৰ্বাচনী প্ৰচাৰলৈও কিয় ইমান ভয় শাসক পক্ষৰ? Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now