জুবিন গাৰ্গৰ সৈতে কি হৈছিল? অভিসন্ধিমূলকভাৱে ৰাতি শুবলৈ নিদি সাগৰৰ মাজলৈ লৈ যোৱাৰ ৰহস্য পোহৰলৈ!
Moi Axomor Lora RJ
0:00 / 0:00
জুবিন গাৰ্গৰ সৈতে কি হৈছিল? অভিসন্ধিমূলকভাৱে ৰাতি শুবলৈ নিদি সাগৰৰ মাজলৈ লৈ যোৱাৰ ৰহস্য পোহৰলৈ!
23 368 просмотров · 7 дней назад
Moi Axomor Lora RJ
105 подписчиков
23 368 просмотров · 7 дней назад
জুবিন গাৰ্গৰ সৈতে কি হৈছিল? অভিসন্ধিমূলকভাৱে ৰাতি শুবলৈ নিদি সাগৰৰ মাজলৈ লৈ যোৱাৰ ৰহস্য পোহৰলৈ!
এই ভিডিঅ’টোত জুবিন গাৰ্গক লৈ চৰ্চাত থকা কিছুমান গুৰুত্বপূৰ্ণ বিষয় আৰু বিভিন্ন দাবী-আলোচনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হৈছে। অভিসন্ধিমূলকভাৱে ৰাতি শুবলৈ নিদিয়া আৰু সাগৰৰ মাজলৈ লৈ যোৱাৰ কথাবোৰক লৈ কি তথ্য পোহৰলৈ আহিছে, সেই বিষয়ে ভিডিঅ’টোত আলোচনা কৰা হৈছে।
⚠️ Disclaimer: এই ভিডিঅ’টো কেৱল তথ্য, আলোচনা আৰু সংবাদভিত্তিক বিষয় উপস্থাপনৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে। ভিডিঅ’ত উল্লেখ কৰা কোনো দাবীক চূড়ান্ত সত্য হিচাপে গ্ৰহণ নকৰিব। তথ্যসমূহৰ সত্যতা নিজে যাচাই কৰক।
ভিডিঅ’টো ভাল লাগিলে Like 👍 | Share ↗️ | Subscribe 🔔 কৰিবলৈ নাপাহৰিব।
#জুবিনগাৰ্গ #ZubeenGarg #অসমীয়া_খবৰ #AssamNews #অসমীয়া_নিউজ #ZubeenGargNews