Перейти к содержимому

মোৰ ব্যস্ত দিনটো | Morning Routine of an Assamese Mom | Tiffin to SchoolSeptember 9, 2026

Sangita's Village Vlog & Cooking

0:00 / 0:00

মোৰ ব্যস্ত দিনটো | Morning Routine of an Assamese Mom | Tiffin to SchoolSeptember 9, 2026

14 просмотров · 23 часа назад
Sangita's Village Vlog & Cooking
249 подписчиков
14 просмотров · 23 часа назад
মোৰ ব্যস্ত দিনটো | Morning Routine of an Assamese Mom ❤️ ৰাতিপুৱা শুই উঠি বাহিৰৰ কাম বন সামৰি মোৰ দিনটো আৰম্ভ হয়। ল'ৰাৰ বাবে ৰোল বনাই টিফিন ৰেডি কৰা, ভাত পানী আৰু আলু মেলা, তাৰ পিছত স্কুলত থবলৈ যোৱা... আহি ৰঙা চাহ একাপেৰে দিনটো আৰম্ভ কৰা। দুপৰীয়াৰ সৰু কাম আৰু ভাতৰ যোগাৰ - এয়াই মোৰ সৰু সংসাৰৰ সৰু সুখ। ভিডিঅ'টো ভাল লাগিলে Like, Comment আৰু Subscribe কৰিবলৈ নাপাহৰিবা 🙏 #dailyvlog #assamesemom #AssameseVlog #DailyVlog #MomLife #MorningRoutine #Guwahati #AssameseMom #TiffinRecipe #DailyLife #Vlog