Перейти к содержимому

মায়াবী সুৰ |জুবিন দাৰ সোঁৱৰণীত | New Assamese AI Song | Zubeen Garg Tribute | Utjal AI Music Studio

Utjal Ai Music Studio

0:00 / 0:00

মায়াবী সুৰ |জুবিন দাৰ সোঁৱৰণীত | New Assamese AI Song | Zubeen Garg Tribute | Utjal AI Music Studio

815 просмотров · 1 месяц назад
Utjal Ai Music Studio
120 подписчиков
815 просмотров · 1 месяц назад
🎵 মায়াবী সুৰ | জুবিন দাৰ সোঁৱৰণীত ❤️ New Assamese AI Original Song | Tribute to Zubeen Garg এই গানটো অসমৰ প্ৰিয় শিল্পী জুবিন দাৰ সোঁৱৰণীত এক সৰু শ্ৰদ্ধাঞ্জলি। ❤️ তেওঁৰ সুৰ, সংগীত আৰু অসমীয়া মানুহৰ হৃদয়ত এৰি যোৱা অসীম ভালপোৱাৰ অনুভূতিৰ পৰা অনুপ্ৰাণিত হৈ এই original AI Assamese songটো সৃষ্টি কৰা হৈছে। 🎶 Song: মায়াবী সুৰ ❤️ Theme: জুবিন দাৰ সোঁৱৰণী 🎤 Vocal: AI Generated ✍️ Lyrics: Original 🎼 Music: AI Composed 🎬 Created By: UTJAL AI MUSIC STUDIO এই গানটো শুনি যদি আপোনাৰ মনত জুবিন দাৰ কোনো এটা গান, স্মৃতি বা অনুভৱ জাগি উঠে, তেন্তে আমাৰ এই সৰু প্ৰচেষ্টাটো সফল। ❤️ 🙏 ভিডিঅ'টো ভাল লাগিলে Like, Comment আৰু Share কৰিব। 🔔 UTJAL AI MUSIC STUDIO Subscribe কৰি আমাৰ নতুন Assamese AI songs শুনিবলৈ নাপাহৰিব। জুবিন দা, আপোনাৰ সুৰ সদায় আমাৰ হৃদয়ত বাজি থাকিব… ❤️🎶 #ZubeenGarg #জুবিনদা #MayabiSur #মায়াবীসুৰ #AssameseSong #AssameseAISong #NewAssameseSong #ZubeenGargTribute #AssameseMusic #AIMusic #UtjalAIMusicStudio #Assam