Перейти к содержимому

ইংৰাজৰ দৰেই শাসন চলাই নৰেন্দ্ৰ মোদীয়ে!দেশত জাতীয় পতাকা উৰুৱাটো অপৰাধ নেকি; অভিজিৎ দীপকে!

NorthEast Now

0:00 / 0:00

ইংৰাজৰ দৰেই শাসন চলাই নৰেন্দ্ৰ মোদীয়ে!দেশত জাতীয় পতাকা উৰুৱাটো অপৰাধ নেকি; অভিজিৎ দীপকে!

3 421 просмотр · 1 день назад
NorthEast Now
468 тыс. подписчиков
3 421 просмотр · 1 день назад
📌ভয়াতুৰ আৰু একনায়কত্ববাদীৰ বাহিৰে একো নহয় নৰেন্দ্ৰ মোদী! 📌দেশত জাতীয় পতাকা উৰুৱাটো অপৰাধ নেকি? 📌যদি ভাৰতত জাতীয় পতাকা নুউৰে তেন্তে পাকিস্তানৰ পতাকা উৰাব নেকি? 📌ইংৰাজৰ দৰেই শাসন চলাই নৰেন্দ্ৰ মোদীয়ে! 📌যেতিয়া ইংৰাজে শাসন কৰিছিল তেতিয়া যিসকল স্বাধীনতা সংগ্ৰামীয়ে ৰাজহুৱা স্থানত ত্ৰিৰংগা উৰুৱাইছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত বন্দী কৰি থোৱা হৈছিল ! 📌নৰেন্দ্ৰ মোদীয়েও ঠিক একেই কাম কৰিছে,নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী বোলাবলৈ যোগ্যই নহয়; অভিজিৎ দীপকে!___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now