নিষিদ্ধ ঘোষিত হোৱাৰ দিশত নেকি বীৰ লাচিত সেনা? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Pratidin Time
0:00 / 0:00
নিষিদ্ধ ঘোষিত হোৱাৰ দিশত নেকি বীৰ লাচিত সেনা? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
148 198 просмотров · 11 мес. назад
Pratidin Time
2,67 млн подписчиков
148 198 просмотров · 11 мес. назад
নিষিদ্ধ ঘোষিত হোৱাৰ দিশত নেকি বীৰ লাচিত সেনা?
সংগঠনটোৰ বিৰুদ্ধে কঠোৰ স্থিতিৰ ইংগিত স্বয়ং মুখ্যমন্ত্রীৰ
ধন দাবী, অপহৰণকে ধৰি বিভিন্ন অভিযোগত গ্রেপ্তাৰ সংগঠনটোৰ সদস্য
ধন দাবী, অপহৰণৰ অভিযোগ অস্বীকাৰ কৰি সংগঠনটোৰ মুখ্য সচিবৰ সংবাদমেল
সংবাদমেল সম্বোধন কৰাৰ সময়তে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে মুখ্য সচিব ৰণ্টু পানীফুকনক
গুৱাহাটী মহানগৰীৰ সচিব বিকাশ অসমৰ বিৰুদ্ধেও কঠোৰ হোৱাৰ ইংগিত মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রীৰ ইংগিতৰ পিছতেই আত্মগোপন বিকাশ অসমৰ
মুখ্যমন্ত্রীৰ স্থিতিক সমৰ্থন কৰি বীৰ লাচিত সেনাক নিষিদ্ধ ঘোষণা কৰাৰ দাবী লাচিত সেনাৰ
একাংশ দল–সংগঠনে জাতীয়তাবাদৰ নাম লৈ কেৱল অনৈতিক কাৰ্যহে চলাইছে নেকি?
সহজ সৰল মানুহৰ আৱেগক লৈ একাংশ সংগঠনে কেৱল বেপাৰহে কৰিছে নেকি?
নে সুযোগ বুজি চৰকাৰে শক্তিশেল নিক্ষেপ কৰিছে কিছু দল–সংগঠনৰ প্রতি?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#pratidintime #assamnews #assam #abhimat #ajycp #veerlachitsenaassam #HimantaBiswaSarma