দেশৰ সকলো প্ৰতিবাদী কাৰ্যসূচীক এখন চালিৰ তললৈ অনাৰ চেষ্টা কংগ্ৰেছ নেতা, বিৰোধী দলপতি ৰাহুল গান্ধীৰ
Pratidin Time
0:00 / 0:00
দেশৰ সকলো প্ৰতিবাদী কাৰ্যসূচীক এখন চালিৰ তললৈ অনাৰ চেষ্টা কংগ্ৰেছ নেতা, বিৰোধী দলপতি ৰাহুল গান্ধীৰ
6 966 просмотров · 1 день назад
Pratidin Time
2,67 млн подписчиков
6 966 просмотров · 1 день назад
দেশৰ সকলো প্ৰতিবাদী কাৰ্যসূচীক এখন চালিৰ তললৈ অনাৰ চেষ্টা কংগ্ৰেছ নেতা, বিৰোধী দলপতি ৰাহুল গান্ধীৰ। বিশেষকৈ শেহতীয়াভাৱে CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে স্বেচ্ছাচাৰ আৰু বেআইনী কাৰ্যকলাপৰ যি অভিযোগ উঠিছে, সেই অভিযোগক কেন্দ্ৰ কৰি সকলো প্ৰতিবাদক এক কণ্ঠস্বৰলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ লোৱাৰ কথা ভাবিছে AICCয়ে। তাৰেই পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীয়ে আজিৰে পৰা আৰম্ভ কৰিছে ডিজিটেল প্ৰয়াস, সত্যাগ্ৰহ ৱেবছাইট।
#PratidinTime #AssamNews #RahulGandhi #Satyagraha