Перейти к содержимому

মিক্সিত তিলপিঠাৰ বাবে কেনেকৈ বৰা চাউলৰ পিঠাগুৰি খুন্দিব ।How to make bora rice floure

CHEF MONMI'S KITCHEN & VLOGS

0:00 / 0:00

মিক্সিত তিলপিঠাৰ বাবে কেনেকৈ বৰা চাউলৰ পিঠাগুৰি খুন্দিব ।How to make bora rice floure

569 943 просмотра · 7 лет назад
CHEF MONMI'S KITCHEN & VLOGS
166 тыс. подписчиков
569 943 просмотра · 7 лет назад
মিক্সিত পিঠাগুৰি খুন্দিলে বহুত কাৰণত তিলপিঠা নুঠে । কাৰণ পিঠাগুৰিৰ সেমেকাভাব নাইকিয়া হয় । এইকেইটা নিয়ম মানিলে কেতিয়াও পিঠা নাভাগে । পিঠা সুন্দৰ হব । ১ গোটেই ৰাতি চাউলখিনি ভালকৈ ধুই তিয়াই থব লাগে 2 ৰাতিপুৱা খৰাহিত অলপ জৰ জৰিয়া হোৱাকৈ টুকি থব লাগে 3 মিক্সিৰ সৰু বাতিত অলপ অলপ লৈ খুন্দিব লাগে 4 প্ৰত্যেকবাৰে অলপ তিতা চাউল মিলাই লব লাগে 5 মাজে মাজে পিঠাগুৰি লাহেকৈ হেঁচি air gape নাইকিয়া কৰি থব লাগে। 6 পিঠাগুৰি খুন্দা হলে এখন তিতা কাপোৰ ওপৰত দি ঢাকি ফ্ৰীজত এবেলে ৰাখি পিঠা ভাজিব লাগে । এই কেইটা নিয়ম মানি পিঠাগুৰি খুন্দি পিঠা ভাজি চাওক আৰু মোক কমেণ্ট কৰক । গৰু বিহুৰ দিনা খাবলৈ লাউ পিঠা বনাবলৈ ----👇    • Axomiya Jaati Laau'r Pitha (Pitha made fro...   সহজ উপায়েৰে ধুনীয়া ধুনীয়া তিল পিঠা --👇    • তিল পিঠা বনাবলৈ শিকোঁ আহক || Assamese Trad...   নাৰিকলৰ লাৰুৰ ভিন্ন ৰূপ অতি কম সময়তে 👇    • নাৰিকলৰ লাৰু ভিন্ন ৰূপত বনাও আহক || Coconu...