Перейти к содержимому

ফুল মৰহিলে সুৱাস থাকি যাব 🌸 | জুবিন গাৰ্গ | Zubeen Garg Assamese Sad Song

Bitupon Handique

0:00 / 0:00

ফুল মৰহিলে সুৱাস থাকি যাব 🌸 | জুবিন গাৰ্গ | Zubeen Garg Assamese Sad Song

2 616 просмотров · 7 дн. назад
Bitupon Handique
195 подписчиков
2 616 просмотров · 7 дн. назад
🌸 ফুল মৰহিলে সুৱাস থাকি যাব 🌸 প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ❤️ তেওঁৰ কণ্ঠ, তেওঁৰ গান আৰু তেওঁৰ স্মৃতিয়ে সদায় আমাৰ হৃদয়ত এক বিশেষ স্থান লৈ থাকিব। কিছুমান মানুহ আঁতৰি গ’লেও তেওঁলোকৰ স্মৃতি আৰু ভালপোৱা কেতিয়াও শেষ নহয়। ঠিক ফুলৰ সুৱাসৰ দৰেই জুবিন দাৰ গান আমাৰ মাজত সদায় জীয়াই থাকিব। 🥀❤️ ভিডিঅ'টো ভাল লাগিলে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব। 🙏 জুবিন দাৰ প্ৰতি থাকিল গভীৰ শ্ৰদ্ধা আৰু মৰম। #ZubeenGarg #জুবিনগাৰ্গ #AssameseSong #ফুলমৰহিলেসুৱাসথাকিযাব #AssameseMusic