Перейти к содержимому

এইবাৰ মা দুৰ্গা কিহত আহিব আৰু কিহত যাব? Durga puja 2026

Assam Timeline Daily

0:00 / 0:00

এইবাৰ মা দুৰ্গা কিহত আহিব আৰু কিহত যাব? Durga puja 2026

742 просмотра · 4 дн. назад
Assam Timeline Daily
3,28 тыс. подписчиков
742 просмотра · 4 дн. назад
শাৰদীয় দুৰ্গোৎসৱৰ সময়! সৰুৰে পৰা ডাঙৰলৈ প্ৰতিজন নৰ নাৰীৰ মনত এক উৎসৱমুখৰ অনুভৱ। এই চেগতে আমি এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক জনাব খুজিছো যে এইবাৰ মা দুৰ্গা কিহত উঠি আহিব আৰু কিহত উঠি বিদায় মাগিব। ভিডিঅটো ভাল পালে চেনেলটো subscribe কৰি দিব আৰু এবাৰ অন্য ভিডিঅ'বোৰ ও চকু ফুৰাই চাব। #durgapuja #durgapujo #assamdurgapuja #devidurgabahon #kihotahibodurgamaa #durgamaa