Перейти к содержимому

সিদ্ধাৰ্থ শৰ্মাৰ যদি ফাঁচী হ’ব লাগে তেনেহ’লে শেখৰৰো ফাঁচী হ’ব লাগেঃ পাৰ্থ প্ৰতীম গোস্বামী

Pratidin Time

0:00 / 0:00

সিদ্ধাৰ্থ শৰ্মাৰ যদি ফাঁচী হ’ব লাগে তেনেহ’লে শেখৰৰো ফাঁচী হ’ব লাগেঃ পাৰ্থ প্ৰতীম গোস্বামী

700 443 просмотра · 10 месяцев назад
Pratidin Time
2,66 млн подписчиков
700 443 просмотра · 10 месяцев назад
'ন্যায় পোৱাৰ ক্ষেত্ৰত মোক যিখিনি সোধে মই যিখিনি জানো সকলোখিনি মই ক'মই। আজি মোক সুধিছে যে মোৰ কেতিয়াৰ পৰা জুবিনৰ লগত চিনাকি, কেতিয়াৰ পৰা বন্ধুত্ব সেইখিনি কথাই সুধিছে বেলেগ একো সোধা নাই। মই যিমানখিনি জানো আমি এইবিলাক ক্ষেত্ৰত কোনো সোমোৱা নাছিলো। আমিয়েই অন্ধকাৰত থাকিলো, মই বাৰে বাৰে কৈ থাকিলো শেষৰ অনুষ্ঠানৰ লৈকে আমি একো নাজানিলো শ্ব'বোৰ কিমান পইচাত এগ্ৰিমেণ্ট কৰে আমি এজনেও নাজানো ...বিহুৰ আগত যে দিয়ে এখন লিষ্ট কোনে কিমান পইচা লয় আমি সেইখন দেখিহে গম পাওঁ...সিদ্ধাৰ্থই যদি জুবিন গাৰ্গক বিহ দিছে শেখৰে যদি গম পাইছিলেই তেনেহ'লে সমান সমান দোষী দুয়োজন, গতিকে সিদ্ধাৰ্থ শৰ্মাৰ যদি ফাঁচী হ’ব লাগে তেনেহ’লে শেখৰৰো ফাঁচী হ’ব লাগেঃ জুবিন গাৰ্গৰ সহযোগী শিল্পী পাৰ্থ প্ৰতীম গোস্বামী' #PratidinTime #AssamNews #assam #JusticeForZubeenGarg #zubeengargnewsupdate