Перейти к содержимому

এজন যুৱকৰ বিশেষ প্ৰতিভা! অসম গৌৰৱ পেঁপা তৈয়াৰ কৰিলে M-sealৰে, ভিডিঅ' দেখি আচৰিত হ'ব আপুনিও...

Jeet Dutta Production

0:00 / 0:00

এজন যুৱকৰ বিশেষ প্ৰতিভা! অসম গৌৰৱ পেঁপা তৈয়াৰ কৰিলে M-sealৰে, ভিডিঅ' দেখি আচৰিত হ'ব আপুনিও...

18 941 просмотр · 3 года назад
Jeet Dutta Production
1,47 тыс. подписчиков
18 941 просмотр · 3 года назад
ব্যতিক্ৰমী ৰূপত এইবাৰ M-Sealৰ জৰিয়তে পেঁপা নিৰ্মাণত ব্যস্ত হৈ পৰিছে দুলীয়াজানৰ ভাদৈ পাঁচআলিৰ হিতেশ গগৈ নামৰ ২০ বছৰীয়া যুৱক জনে। ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ লগতে মঙ্গলদৈ, লক্ষীমপুৰ, তেজপুৰ, শিৱসাগৰকে ধৰি বিভিন্ন অঞ্চলতটো হিতেশ গগৈয়ে MSeal ৰ জৰিয়তে নিৰ্মান কৰা পেঁপাই ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ২৫০০- ৩০০০ টকা পৰ্য্যন্ত বিক্ৰী হৈছে এটাকৈ পেঁপা। Guinness World Recordটো যোৱা বহু শিল্পীয়ে ক্ৰয় কৰিছে এই M-sealৰে বনুৱা পেঁপা। এইবাৰ ৰঙালী বিহুত প্ৰায় ৫০হেজাৰ টকাৰ ওপৰত পেঁপা বিক্ৰী কৰি লাভবান হৈছে এইজন যুৱকে। বৰ্তমানেও পেঁপা নিৰ্মাত ব্যস্ত দুলীয়াজানৰ হিতেশ গগৈ। বিভিন্ন জনে পেঁপা ক্ৰয় কৰাৰ বাবে ভিৰ কৰিছে হিতেশ গগৈৰ বাসগৃহত। #jdp #bihu #pepa #dhol #duliajan