Перейти к содержимому

গুৱাহাটীত একে পৰিয়ালৰ ৫ জনৰ হত্যাকাণ্ডক লৈ ডাঙৰ প্ৰশ্ন! আমি ক’লৈ গৈ আছোঁ?ভাগৱতব্যাখ্যা।Guwahat।

Sonjib Mix

0:00 / 0:00

গুৱাহাটীত একে পৰিয়ালৰ ৫ জনৰ হত্যাকাণ্ডক লৈ ডাঙৰ প্ৰশ্ন! আমি ক’লৈ গৈ আছোঁ?ভাগৱতব্যাখ্যা।Guwahat।

870 просмотров · 23 часа назад
Sonjib Mix
45,8 тыс. подписчиков
870 просмотров · 23 часа назад
গুৱাহাটীত একে পৰিয়ালৰ ৫ জনৰ হত্যাকাণ্ডক লৈ ডাঙৰ প্ৰশ্ন! আমি ক’লৈ গৈ আছোঁ?ভাগৱতব্যাখ্যা।Guwahat।Bhagawat| গুৱাহাটীত একেটা পৰিয়ালৰ ৫ জনক হত্যা কৰা ঘটনাই সমাজত বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। এনে ঘটনা কিয় সংঘটিত হয়? আমাৰ সমাজখন কোন দিশে আগবাঢ়িছে? মানুহৰ মাজত মানৱীয় মূল্যবোধ আৰু পাৰিবাৰিক সম্পৰ্কৰ গুৰুত্ব কিমান? এই গুৰুত্বপূৰ্ণ ঘটনাটোক লৈ ভাগৱতৰ আসনৰ পৰা বাপজনাই আগবঢ়োৱা বক্তব্য শুনক এই ভিডিঅ’ত। 🙏 ভিডিঅ’টো শেষলৈকে চাওক আৰু আপোনাৰ মতামত কমেণ্টত জনাওক। ❤️ ভিডিঅ’টো ভাল লাগিলে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব। 🔔 চেনেলটো Subscribe কৰি ধৰ্মীয় আলোচনা আৰু ভাগৱতব্যাখ্যাৰ নতুন ভিডিঅ’সমূহ চাবলৈ লগত থাকক।