Part Time চলাই কিমান উপাৰ্জন কৰিব পাৰি ? দুপৰীয়া ১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ 💰|Income দেখি আচৰিত! 😱
Auto Wala Creator
0:00 / 0:00
Part Time চলাই কিমান উপাৰ্জন কৰিব পাৰি ? দুপৰীয়া ১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ 💰|Income দেখি আচৰিত! 😱
665 просмотров · 1 мес. назад
Auto Wala Creator
155 подписчиков
665 просмотров · 1 мес. назад
আজিৰ ভিডিঅ’টোত মই মোৰ Electric Auto লৈ Part Time Online চলাই 1 PM ৰ পৰা 7 PM লৈ কিমান Income কৰিব পাৰিলোঁ, সেইটো আপোনালোকৰ সৈতে share কৰিছোঁ। 🛺💰
এই ৬ ঘণ্টাৰ যাত্ৰাত কিমান Ride পালোঁ, কিমান Income হ’ল আৰু Part Time Electric Auto চলাই সঁচাকৈ কিমান উপাৰ্জন কৰিব পাৰি—সকলো ভিডিঅ’টোত দেখিবলৈ পাব। 😊
ভিডিঅ’টো ভাল লাগিলে Like 👍, Share ↗️ আৰু Channel Subscribe 🔔 কৰি মোৰ লগত থাকিব।
ধন্যবাদ ❤️
#electricauto #dailyvlog #income #guwahati #earnings #travel #parttimejob