“আপোন মানুহেই দিয়া দুখ… 😥শেষত স্বামীয়ে কান্দি কান্দি ক্ষমা খুজিলে 💔 | Assamese Emotional Story”😰
Maynuneog
0:00 / 0:00
“আপোন মানুহেই দিয়া দুখ… 😥শেষত স্বামীয়ে কান্দি কান্দি ক্ষমা খুজিলে 💔 | Assamese Emotional Story”😰
13 735 просмотров · 2 недели назад
Maynuneog
1,24 тыс. подписчиков
13 735 просмотров · 2 недели назад
এজনী বোৱাৰীয়ে নিজৰ পৰিয়ালৰ বাবে দিন-ৰাতি কষ্ট কৰিছিল।
কিন্তু আপোন মানুহৰ পৰাই পাইছিল অৱহেলা, কটু কথা আৰু দুখ। 💔
স্বামীৰ অত্যাচাৰ, শাহুৱেকৰ কটু কথা—সকলো নীৰৱে সহ্য কৰি তাই মাথোঁ অলপ মৰম আৰু সন্মান বিচাৰিছিল।
কিন্তু এদিন পৰিয়ালৰ সকলোৱে তাইৰ দুখৰ সত্যটো বুজি পালে...
আৰু শেষত স্বামীয়ে তাইৰ ওচৰত কান্দি কান্দি ক্ষমা বিচাৰিলে। 😢
এই কাহিনীটোৰ পৰা এটা কথাই মনত ৰাখিব—
“পৰৰ মানুহে দিয়া দুখতকৈ, আপোন বুলি ভবা মানুহে দিয়া দুখ বেছি কষ্ট দিয়ে।” ❤️
ভিডিঅ’টো ভাল লাগিলে Like 👍, Comment 💬 আৰু Share 🔄 কৰিবলৈ নাপাহৰিব।
এনে ধৰণৰ হৃদয়স্পৰ্শী কাহিনীৰ বাবে Channelটো Subscribe কৰি লগত থাকিব। ❤️
#assamesevideo #emotionalstory
#hard #assamesviral
#Maynuneog #youtubeshorts #youtube
#shortvideo #viralvideo