36 size Blouse Cutting ✂️
Assam Tailor
0:00 / 0:00
36 size Blouse Cutting ✂️
71 516 просмотров · 4 недели назад
Assam Tailor
10,9 тыс. подписчиков
71 516 просмотров · 4 недели назад
প্ৰয়োজনীয় জোখ (Measurements)
দীঘ (Length): ১৫ ইঞ্চি (+ ১ ইঞ্চি চিলাইৰ বাবে = ১৬ ইঞ্চি)
বুকু (Chest): ৩৬ ইঞ্চি (৩৬ ÷ ৪ = ৯ ইঞ্চি)
কোঁকাল (Waist): ৩০ ইঞ্চি (৩০ ÷ ৪ = ৭.৫ ইঞ্চি)
কান্ধ (Shoulder): ৫.৫ ইঞ্চি
আৰ্মহোল (Armhole): ৬ ইঞ্চি
ডিঙিৰ বহল (Neck Width): ২.৫ ইঞ্চি
২. পিছফালৰ ভাগ (Back Part)
কাপোৰ ভাজ কৰক: কাপোৰখন দুভাজ কৰি উলুটা দিশত চিন দিব।
দীঘ আৰু বহল: দীঘ লওক ১৬ ইঞ্চি। বুকুৰ বহল লওক ৯ ইঞ্চি (৩৬/৪) + ২ ইঞ্চি মাৰ্জিন (অতিৰিক্ত কাপোৰ) = ১১ ইঞ্চি।
কান্ধ আৰু আৰ্মহোল: বন্ধ দিশৰ পৰা ৫.৫ ইঞ্চিত কান্ধৰ চিন দিয়ক। তাৰ পৰা তললৈ ৬ ইঞ্চিত আৰ্মহোলৰ দাগ দিয়ক আৰু ১.৫ ইঞ্চিত গোলাকাৰ শ্বেপ (Shape) দিয়ক।
ডিঙি আৰু কোঁকাল: ডিঙিৰ বহল ২.৫ ইঞ্চি আৰু দীঘ ৮ ৰ পৰা ১০ ইঞ্চি (আপোনাৰ পছন্দ অনুসৰি)। কোঁকালৰ বাবে ৭.৫ ইঞ্চি + ১ ইঞ্চি টাকছ্ (Tucks) + ২ ইঞ্চি মাৰ্জিন = ১০.৫ ইঞ্চিত চিহ্ন দি মিলাই দিয়ক।
৩. আগফালৰ ভাগ (Front Part)
আৰ্মহোল আৰু ডিঙি: পিছফালৰ ভাগতকৈ আগফালৰ আৰ্মহোলৰ শ্বেপ আধা (০.৫) ইঞ্চি বেছিকৈ গভীৰ কৰি কাটিব লাগে (তালপাত কাটিং)। ডিঙিৰ দীঘ লওক ৬ ইঞ্চি।
বাষ্ট পইণ্ট (Bust Point): কান্ধৰ পৰা তললৈ ১০ ইঞ্চিত বাষ্ট পইণ্টৰ চিন দিয়ক।
টাকছ (Darts): বাষ্ট পইণ্টৰ পৰা ১.৫-২ ইঞ্চি দূৰত্ব ৰাখি চাৰিওফালে ৪ টা পইণ্টত চিলাইৰ বাবে ট্ৰায়াংগেল আকৃতিৰ চিন দিয়ক।
বেল্ট/পট্টী কাটিং (Belt Cut): ব্লাউজৰ তলৰ অংশত ৩.৫ ইঞ্চি (মুকলি দিশত) আৰু ৩ ইঞ্চি (কোঁকালৰ দিশত) জোখ লৈ ধেনুভিৰীয়াকৈ বেল্ট কাটি লওক।
৪. হাত কাটিং (Sleeves)
দীঘ আৰু বহল: হাতৰ পছন্দৰ দীঘ (যেনে: ৬ ইঞ্চি + ১.৫ ইঞ্চি মাৰ্জিন = ৭.৫ ইঞ্চি)। বহল লওক ৮.৫ - ৯ ইঞ্চি।
শ্বেপ: মুকলি ফালৰ পৰা ৩ ইঞ্চি তললৈ চিন দি হাতৰ সুন্দৰ শ্বেপ দিয়ক আৰু কাপোৰখন মেলিয়েই আগফালৰ অংশত ০.৫ ইঞ্চি গভীৰ কাট (তালপাত) দিয়ক।
............................. Love you family.............................
Hello viewers welcome to Assam Tailor
This video will show you how to create a beautiful and simple way Assam Tailor
latest kurti Cutting Stitching design Easy cutting and stitching at home lf you like comment this video and subscribe channel
Do something creative every day
Thank you
#AssamTailor
#kurticutting #kurtistitching#trending #AssameseYouTuber #shorts #short
#TailoringClasses #Class #blousebackneckpaping #blousepiping #blousedesigns #blousedesing
#blousecutting
#blousestitching
#kurticutting
#kurtistitching
#kurtidesign
#Stitching
#Cutting
#design
#Easy
#DIY
#designs
#Fabric