Перейти к содержимому

আটাইতকৈ ডাঙৰ কথাটো হ’ল পাঠ্যক্ৰমৰ সমস্যা.

Pratidin Time

0:00 / 0:00

আটাইতকৈ ডাঙৰ কথাটো হ’ল পাঠ্যক্ৰমৰ সমস্যা.

5 019 просмотров · 16 часов назад
Pratidin Time
2,67 млн подписчиков
5 019 просмотров · 16 часов назад
আটাইতকৈ ডাঙৰ কথাটো হ’ল পাঠ্যক্ৰমৰ সমস্যা...যিবোৰ পাঠ্যক্ৰমৰ প্ৰতিযোগিতাৰ পৃথিৱীখনত কোনোধৰণৰ সাংঘাতিক ডিমাণ্ড নাই...ছাত্ৰ-ছাত্ৰীসকল বাহিৰলৈ পঢ়িবলৈ অহাৰ এইবোৰেই মূল কাৰণ...মেট্ৰিক পৰীক্ষাও শেষ হ’ল, খনিজ সম্পদৰ লগত আমাৰ সম্পৰ্কও তাতেই শেষ হ’ল..কেৰিয়াৰ কাউঞ্চেলিঙৰ অভাৱ আছে অসমত...আমাৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত কেৰিয়াৰ কাউঞ্চেলিঙৰ ব্যৱস্থা নাই, কিন্তু আমাৰ বংশ, মিটিৰ-কুটুমৰ মাজত কেৰিয়াৰ কাউঞ্চেলিঙৰ অভাৱ নাই...মেট্ৰিকৰ ৰিজাল্টৰ দিনা কোনোদিন নমতা ৰিলেটিভো আহি পাই যায়হি...তোৰ ল’ৰাটোৱে অংকত লেটাৰ পাইছে নহ...! তাক বিজ্ঞান শাখাতে পঢ়াব লাগিব...কোন দিশেৰে পঢ়িলে ভৱিষতে আমাৰ ছাত্ৰ-ছাত্ৰীসকল একো একোজন ডিগ্ৰীধাৰী নিৱনুৱা হ’ব নালাগিব, কোনবোৰ বিষয়ত অধ্যয়ণ কৰিলেনো প্ৰতিযোগিতাৰ পৃথিৱীখনত সংস্থাপনৰ দুৱাৰ মুকলি হ’ব...সেই দিশত জ্ঞান দিবৰ কাৰণে কেৰিয়াৰ কাউঞ্চেলিঙৰ ব্যৱস্থা মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত হ’ব লাগিব...নহ’লে ছাত্ৰ-ছাত্ৰীসকল একোগৰাকী ডিগ্ৰীধাৰী নিৱনুৱাৰ হোৱাৰ বাহিৰে একো বিকল্প একো নাথাকিব- উৎ‍পল শৰ্মা #TheConclave2026 #PratidinConclave #Pratidinmedianetwork #PratidinTime #newdelhi #utpalsarma