Перейти к содержимому

কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে NEWS HOUR|Part 1 #PratidinTimeLIVE

Pratidin Time

0:00 / 0:00

কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে NEWS HOUR|Part 1 #PratidinTimeLIVE

9 262 просмотра · Трансляция закончилась 5 месяцев назад
Pratidin Time
2,66 млн подписчиков
9 262 просмотра · Трансляция закончилась 5 месяцев назад
৪ বছৰত উন্মুক্ত নলাত পৰি ৫ গৰাকীৰ মৃত্যু কি হ’বলৈ গৈ আছে অভিজাত গুৱাহাটীত? আৰু কিমানৰ প্রাণহানি হ’লে সাৰ পাব দিছপুৰীয়াই? কাৰ পকেটত সোমাইছে গুৱাহাটী উন্নয়নৰ লাখ লাখ কোটি টকা? প্রজা পানীত পৰি মৰিছে, ৰজাই নিৰ্বাচনী জয়গান গাই আছে গুৱাহাটীৰ অতীত, গুৱাহাটীৰ বৰ্তমান আৰু গুৱাহাটীৰ ভৱিষ্যৎ... ৫টা প্রজন্মৰ ৫ জন, ‘গুৱাহাটীয়া’ৰ নিৰ্মোহ আলোচনা... কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে NEWS HOUR|Part 1 #PratidinTimeLIVE