পৃথিৱী পৰ্যবেক্ষণৰ মিশ্যনৰে মহাকাশত ISRO ৰ EOS-05....
Peoples' North East
0:00 / 0:00
পৃথিৱী পৰ্যবেক্ষণৰ মিশ্যনৰে মহাকাশত ISRO ৰ EOS-05....
6 628 просмотров · 3 дня назад
Peoples' North East
21 тыс. подписчиков
6 628 просмотров · 3 дня назад
পৃথিৱী পৰ্যবেক্ষণৰ মিশ্যনৰে মহাকাশত ISRO ৰ EOS-05
শুকুৰবাৰে পুৱতি নিশা ২.৫৫ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফল উৎক্ষেপন কৰা হয় এই উপগ্ৰহটো।
EOS-05 হৈছে জিঅ'চিনক্ৰোনাছ (Geosynchronous) কক্ষপথৰ পৰা নিৰীক্ষণ কৰিব পৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্ৰহ। ই পৃথিৱীৰ পৰা প্ৰায় ৩৬,০০০ কিলোমিটাৰ উচ্চতাত থাকি ভাৰতীয় উপমহাদেশ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰত ২৪ ঘণ্টাই অহৰহ দৃষ্টি ৰাখিব।
#ISRO #EOS05 #imagingsatellite #successfullaunch #peoplesnortheast