Перейти к содержимому

ৰাজ্যৰ ভিন্ন প্ৰান্তত চাইবাৰ অপৰাধীয়ে পেলাইছে ভয়ংকৰ জাল

NKTV PLUS

0:00 / 0:00

ৰাজ্যৰ ভিন্ন প্ৰান্তত চাইবাৰ অপৰাধীয়ে পেলাইছে ভয়ংকৰ জাল

1 575 просмотров · 1 день назад
NKTV PLUS
827 тыс. подписчиков
1 575 просмотров · 1 день назад
▶️ ৰাজ্যৰ ভিন্ন প্ৰান্তত চাইবাৰ অপৰাধীয়ে পেলাইছে ভয়ংকৰ জাল। একাউণ্ট হেক হৈছে কাৰোবাৰ, কাৰোবাৰ অজ্ঞাতেই হৰলুকী হৈছে ধন। আৰক্ষীয়ে চলাইছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান। নগৰবেৰা, টুপামাৰী আৰক্ষীৰ অভিযানত ৩ অপৰাধী জালত পৰিল আৰক্ষীৰ। তিনিচুকীয়াতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১১ জনক।