পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য
NKTV PLUS
0:00 / 0:00
পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য
242 просмотра · 6 ч назад
NKTV PLUS
831 тыс. подписчиков
242 просмотра · 6 ч назад
পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুকলি কৰে অভয়াৰণ্যখন। ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি পবিতৰা। পৰ্যটকক জীপ আৰু হাতী ছাফাৰীৰ আনন্দ দিবলৈও সাজু পবিতৰা কৰ্তৃপক্ষ।