মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |part 2#pratidintimelive
Pratidin Time
0:00 / 0:00
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |part 2#pratidintimelive
7 154 просмотра · Трансляция закончилась 13 часов назад
Pratidin Time
2,66 млн подписчиков
7 154 просмотра · Трансляция закончилась 13 часов назад
অৱশেষত মিত্রতা ভংগ কংগ্রেছ-ৰাইজৰ দলৰ
মিত্রতাৰ ধৰ্ম কোনে পালন নকৰিলে, কংগ্রেছ নে ৰাইজৰ দলে?
মিত্রতা ভংগৰ ফলত কাৰ ক্ষতি হ’ব বেছি?
আহি থকা দিনত মিত্রতা ভংগৰ ফলত কোন বেছি শক্তিশালী হ’ব?
এটা উপ-নিৰ্বাচনতকৈ ’২৯ আৰু ’৩১ৰ বাবে কিদৰে সাজু অসমৰ বিৰোধী শক্তি?
এয়া ছেদেলি-ভেদেলি হোৱাৰ সময় নে বিৰোধী একত্রিত হৈ যুঁজাৰ সময়?
বিজেপিৰ বাবে অনন্ত কাললৈ ‘খোলা ময়দান’ বিৰোধীয়েই তৈয়াৰ কৰি দিছে নেকি?
আজিৰ দিনত বিৰোধী ৰাজনীতিৰ কিবা ভৱিষ্যৎ আছেনে?
আজিৰ ‘অভিমত’ত কংগ্রেছ-ৰাইজৰ দলৰ মিত্রতা ভংগ আৰু বিৰোধী ৰাজনীতিৰ ভৱিষ্যৎ
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |part 2 #pratidintimelive