মাজুলীৰ আটাইতকৈ ধুনীয়া Tourist Complex টো❤️✅ || #majuli #majuliisland #touristplace #sachinmajuli
Sachin Majuli
0:00 / 0:00
মাজুলীৰ আটাইতকৈ ধুনীয়া Tourist Complex টো❤️✅ || #majuli #majuliisland #touristplace #sachinmajuli
5 765 просмотров · 2 года назад
Sachin Majuli
6,74 тыс. подписчиков
5 765 просмотров · 2 года назад
✅এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোলৈ যাম বুলি ভাবি আছে নেকি বাৰু?
✅এক নান্দনিক পৰিৱেশৰ মাজত থকা মাজুলীৰ আটাইতকৈ ধুনীয়া Tourist Complex টোৱে মনমুগ্ধ কৰিব আপোনাক।
✅মাত্ৰ ২০০০ টকাৰ পৰা আৰম্ভ হৈছে Tourist Complex টোৰ কোঠা সমূহৰ ভাৰা।
✅আছে পৰম্পৰা গত খাদ্য-সম্ভাৰ।
✅কমলাবাৰী ঘাটৰ ঠিক নিচেই কাষতে থকা এই Cottage টোত আপুনিও যদি থকাৰ মন মেলিছে তেন্তে 98647 92446 এই নম্বৰত যোগাযোগ কৰিব পাৰে অথবা Awesome Assamৰ Websiteত গৈও কৰিব পাৰে Booking.
#Majuli #MajuliIsland #MajuliTouristComplex #MajuliHotel
#MajuliBestPlace #Tourism #TouristPlace
#Assam #Assamesevlog #SachinMajuli