Перейти к содержимому

গৌৰীপুৰ ধুবুৰী মহিলা ৰাস | assamese rakhlila | শঙ্খচূড় বধ | শ্রী শ্রী কৃষ্ণ ৰাসলীলা

Blogger Trishul

0:00 / 0:00

গৌৰীপুৰ ধুবুৰী মহিলা ৰাস | assamese rakhlila | শঙ্খচূড় বধ | শ্রী শ্রী কৃষ্ণ ৰাসলীলা

98 просмотров · 1 г. назад
Blogger Trishul
11,1 тыс. подписчиков
98 просмотров · 1 г. назад
🙏 স্বাগতম Blogger Trishul YouTube Channel-লৈ 🙏 নমস্কাৰ মৰমৰ দৰ্শকসকল ❤️ আমাৰ এই YouTube Channel-টোত আপোনালোকে উপভোগ কৰিবলৈ পাব অসমৰ চহকী কলা-সংস্কৃতি, অসমীয়া ভাওনা, ধৰ্মীয় অনুষ্ঠান, পৌৰাণিক কাহিনী, ভাওনাৰ সুন্দৰ প্ৰৱেশ, যুদ্ধ, গীত-মাত, নৃত্য, অভিনয়, মনোৰঞ্জনমূলক ভিডিঅ' আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ বিভিন্ন ভিডিঅ'। আমাৰ উদ্দেশ্য হৈছে অসমীয়া ভাওনা আৰু জাতীয় সংস্কৃতিক অসমৰ লগতে সমগ্ৰ বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যোৱা। ❤️ 📌 আমাৰ Channel-ত পাব: 🔸 অসমীয়া ভাওনা আৰু সংস্কৃতি 🔸 বিভিন্ন চৰিত্ৰৰ সুন্দৰ প্ৰৱেশ 🔸 পৌৰাণিক কাহিনী আৰু ধৰ্মীয় অনুষ্ঠান 🔸 ভাওনাৰ গীত আৰু যুদ্ধ 🔸 সাংস্কৃতিক অনুষ্ঠান আৰু নৃত্য 🔸 মনোৰঞ্জনমূলক আৰু অন্যান্য ভিডিঅ' 🙏 আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ প্ৰেৰণা। ❤️ ভিডিঅ'টো ভাল লাগিলে Like 👍 কৰিব। 💬 আপোনাৰ মূল্যৱান মতামত Comment-ত জনাব। 📲 বন্ধু-বান্ধৱীৰ সৈতে Share কৰিব। 🔔 নতুন নতুন ভিডিঅ' উপভোগ কৰিবলৈ আমাৰ Blogger Trishul YouTube Channel-টো Subscribe কৰি Bell Icon টো অন কৰি ৰাখিব। জয় আই অসম ❤️ জয় অসমীয়া সংস্কৃতি 🙏 #BloggerTrishul #AssameseCulture #AssameseBhaona #অসমীয়াভাওনা #AssameseVideo #AssameseEntertainment #AssameseViralVideo #AssameseCultureVideo Facebook -   / 1e9qkatnvl