ফ্লাইদুবাই বিমানৰ খলনায়ক হামাম অল হামামী কোন? ওমানত নিষিদ্ধ হামামী কেনেকৈ সোমাল ককপিটত? Live
Gandiv
0:00 / 0:00
ফ্লাইদুবাই বিমানৰ খলনায়ক হামাম অল হামামী কোন? ওমানত নিষিদ্ধ হামামী কেনেকৈ সোমাল ককপিটত? Live
846 просмотров · Трансляция закончилась 6 дн. назад
Gandiv
755 подписчиков
846 просмотров · Трансляция закончилась 6 дн. назад
নমস্কাৰ বন্ধুসকল, ৩০ ছেপ্টেম্বৰৰ দিনা ফ্লাইদুবাই (flydubai) FZ1073 বিমানখনত সংঘটিত হোৱা কঁপাই যোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড তথা কো-পাইলট হামাম অল হামামীক লৈ ক্ৰমাৎ পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য।
২৯ বছৰীয়া এই ওমানী বিমান চালকজনে কিয় আকাশৰ মাজতে জৰুৰীকালীন কুঠাৰেৰে ভাৰতীয় পাইলট কেপ্তেন স্মিত মচ্ছাৰক আক্ৰমণ কৰি বিমানখন ইজৰাইলত আছড়ে পেলাব খুজিছিল?
আজিৰ এই লাইভ ভিডিঅ’ত আমি কেৱল ‘হামাম অল হামামী’ক লৈ বিশেষভাৱে আলোচনা কৰিম:
মৌলবাদৰ দীক্ষা (Radicalisation Trail): ছিৰিয়াত থকাৰ সময়তে হামামী কেনেকৈ চৰমপন্থী ভাবধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল?
ওমান চৰকাৰৰ নিষেধাজ্ঞা: ২০২৪ চনতে ওমান এয়াৰে তেওঁৰ হাতত উগ্ৰপন্থী সামগ্ৰী ধৰা পেলাই বিমান উৰুৱাত সম্পূৰ্ণ নিষেধাজ্ঞা লগাইছিল। তাৰ পিছতো তেওঁ কেনেকৈ বাচি গ’ল?
ফ্লাইদুবাইৰ ভয়াৱহ গাফিলতি: ওমানৰ নিৰাপত্তা সংস্থাই ব্লেকলিষ্ট কৰা হামামীক ফ্লাইদুবাই কৰ্তৃপক্ষই 'বেঁকগ্ৰাউণ্ড পৰীক্ষা' নকৰাকৈ কেনেকৈ নিযুক্তি দিলে?
হামামীৰ ডিলিট কৰা ছচিয়েল মিডিয়া একাউণ্ট: তেওঁৰ এক্স (টুইটাৰ) আৰু লিংকডিন একাউণ্টৰ পৰা পোৱা উগ্ৰ ধৰ্মীয় উন্মাদনা আৰু মহিলাবিৰোধী মানসিকতাৰ ভয়ংকৰ তথ্য।
সতীৰ্থৰ ভাষ্য: হামামী সঁচাকৈয়ে এজন অকলশৰীয়া আক্ৰমণকাৰী (Lone Wolf) নে ইয়াৰ আঁৰত আছে কোনো আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী নেটৱৰ্ক?
এজন সন্ত্ৰাসবাদীৰ কৱলৰ পৰা ভাৰতীয় পাইলট আৰু যাত্ৰীসকলে কেনেকৈ নিজৰ জীৱন ৰক্ষা কৰিলে, এই সমগ্ৰ ৰহস্যৰ পুংখানুপুংখ বিশ্লেষণ জানিবলৈ লাইভটো শেষলৈ চাওক। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি আনকো সজাগ কৰক। Subscribe কৰিবলৈ নাপাহৰিব৷
#Flydubai #CaptainSmitMachchhar #AviationNews #BreakingNews #IndianPilot #HeroPilot #HamamAlHammami #OmanAir #FlightHijackAttempt #SmitMachchhar #InternationalNews #LiveNewsAsamiya #AssameseNewsLive